নলবাৰীত দুই লাখ টকাৰ মূল্যৰ অৰুণাচলি সুৰা ধ্বংস কৰিলে নলবাৰী আবকাৰী বিভাগে।জিলা দণ্ডাধীশ ৰ নিৰ্দেশত নলবাৰীৰ 31নং ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপত জ্বলাই দিয়া হয় 7,500 লিটাৰ সুৰা।উল্লেখযোগ্য এই বৃহৎ পৰিমাণৰ সুৰা 2021 চনত আৱকাৰী বিভাগে ইয়াৰ গণেশ মন্দিৰ চ'কত জব্দ কৰিছিল।