নামনি অসমৰ অন্যতম শৈৱশক্তি পীঠ নলবাৰী জিলাৰ বেলশৰৰ ইতিহাস প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয় আজি প্ৰথম বাৰৰ বাবে উপস্থিত হল ৰাজ্যৰ ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখী।

  • নামনি অসমৰ অন্যতম শৈৱশক্তি পীঠ নলবাৰী জিলাৰ বেলশৰৰ ইতিহাস প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয় আজি প্ৰথম বাৰৰ বাবে উপস্থিত হল ৰাজ্যৰ ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখী। প্ৰবিত্ৰ ভাদ মাহৰ পহিলা দিনটোতে ৰাজ্যপাল গৰাকীয়ে দেৱালয় দৰ্শন কৰি ৰাইজৰ মংগল কামনা কৰি পূজা অৰ্চনা কৰে।